0 votes
in General Knowledge by (64.9k points)
লাচিত বৰফুকনৰ কিমান খ্রীষ্মব্দত জন্ম হৈছিল?

1 Answer

0 votes
by (305k points)
 
Best answer
১৬১২ খ্রীষ্টাব্দৰ ২৪ নবেম্বৰ তাৰিখে লাচিত বৰফুকনৰ জন্ম হৈছিল।

Related questions

...